అర్థం : সম্পূর্ণৰূপে মোহিত হোৱা কার্য
ఉదాహరణ :
কৃষ্ণৰ বাঁহীৰ মাত শুনি গকুলবাসী মুগ্ধ হʼল
పర్యాయపదాలు : আকলুৱা হোৱা, মুগ্ধ হোৱা, লালায়িত হোৱা
అర్థం : কাৰোবাৰ ৰূপ, গুণ আদিৰ কাৰণে তেওঁৰ ওপৰত সন্তুষ্ট, অনুৰক্ত বা মোহিত হোৱা
ఉదాహరణ :
শ্যাম ৰাধাৰ সুন্দৰতাৰ প্রতি আসক্ত হৈছে মীৰা মোহনৰ প্রতি মোহিত হৈছে
పర్యాయపదాలు : আসক্ত হোৱা