సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব
ఉదాహరణ : সাধুসকল মোহত নপৰে
పర్యాయపదాలు : মমতা
అర్థం : কিবা পাবৰ কাৰণে মনত উপজা অত্যধিক ইচ্ছা বা আগ্রহ যাক অনুচিত হিচাপে বিবেচনা কৰা হয়
ఉదాహరణ : যিকোনো বস্তুৰ প্রতি অত্যধিক লোভ ভাল নহয়
పర్యాయపదాలు : প্রলোভ, লালচ, লালসা, লিপ্সা, লোভ
ఆప్ స్థాపించండి