అర్థం : বস্তু আদি ভৰাবলৈ বা সাঁচি ৰাখিবৰ কাৰণে কাপোৰ আদিৰ পৰা তৈয়াৰ কৰা এক প্রকাৰৰ পাত্র বিশেষ
ఉదాహరణ :
মোনাটো ফাটি যোৱাৰ কাৰণে কিছুমান বস্তু ৰাষ্টাতে পৰি আহিল
పర్యాయపదాలు : জোলোঙা
అర్థం : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়
ఉదాహరణ :
ককাই ৰচীদবোৰ মোনাত ৰাখে
పర్యాయపదాలు : বেগ