సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পিঠিৰ মাজত থকা দীঘল হাড়
ఉదాహరణ : আমি সদায় মেৰুদণ্ড পোন কৰি ৰাখিব লাগে ৰাজহাড় পোন কৰি ৰাখিবলৈ পোন হৈ বহিব লাগে
పర్యాయపదాలు : পৃষ্ঠদণ্ড, পৃষ্ঠবংশ, ৰাজহাড়
అర్థం : পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক সৰল ৰেখা
ఉదాహరణ : পৃথিৱীয়ে তাৰ নিজৰ মেৰুদণ্ডত ঘূৰে
ఆప్ స్థాపించండి