పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মেৰ అనే పదం యొక్క అర్థం.

মেৰ   বিশেষ্য

అర్థం : ৰছী আদিত থকা পাক

ఉదాహరణ : কোনো ৰচীত যিমান গোঠনি থাকে সিমানে ৰছিডাল মজবুত হয়

పర్యాయపదాలు : গোঁঠনি, পাক

అర్థం : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ఉదాహరణ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

పర్యాయపదాలు : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা

అర్థం : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে

ఉదాహరణ : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে

పర్యాయపదాలు : মেচ

అర్థం : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ఉదాహరణ :

పర్యాయపదాలు : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

అర్థం : ঘূৰা কার্য ্বা অৱস্থা

ఉదాహరణ : এই ৰাস্তাটোত বহুত মেৰ আছে

పర్యాయపదాలు : ঘেৰ

అర్థం : যি ঠাইৰ পৰা কোনো বস্তুৱে অন্যফাললৈ গতি কৰে

ఉదాహరణ : তাঁৰডালৰ মেৰটোত এটা জেঠী বহি আছে