అర్థం : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য
ఉదాహరణ :
মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে
అర్థం : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া
ఉదాహరణ :
তেওঁ বিচনাত চাদৰখন মেলি দিলে
పర్యాయపదాలు : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া
అర్థం : কোনো বস্তুৰ প্রসাৰিতকৰণ
ఉదాహరణ :
তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে
పర్యాయపదాలు : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া