పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মেলা అనే పదం యొక్క అర్థం.

মেলা   বিশেষ্য

అర్థం : উৎসৱ-পার্বণ আদিৰ সময়ত বা বস্তু আদিৰ ক্রয়-বিক্রয় বা প্রদর্শনীৰ কাৰণে কোনো স্থানত বহুতো লোক একত্রিত হোৱা কার্য

ఉదాహరణ : মাঘী পূর্ণিমাৰ দিনা প্রয়াগত মেলা বহে

అర్థం : অতি উলহ-মালহেৰে ডাঙৰকৈ আয়োজন কৰা সার্বজনীন মাংগলিক কার্য:আমাৰ বিদ্যালয়ত শিশু দিৱস উপলক্ষে এখনি বহু ডাঙৰ সমাৰোহৰ আয়োজন কৰা হৈছে

ఉదాహరణ :

పర్యాయపదాలు : উছব, উৎসৱ, মহোৎসৱ, সমাৰোহ

মেলা   ক্ৰিয়া

అర్థం : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

ఉదాహరణ : তেওঁ বিচনাত চাদৰখন মেলি দিলে

పర్యాయపదాలు : পাৰি দিয়া, বিস্তাৰ কৰা, মেলি দিয়া

అర్థం : কোনো বস্তুৰ প্রসাৰিতকৰণ

ఉదాహరణ : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

పర్యాయపదాలు : বহলকৈ মেলা, বিস্তাৰ কৰা, মেলি দিয়া