సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
ఉదాహరణ : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
పర్యాయపదాలు : জুইশলা, দিয়াচলাই, মেচ বক্স
అర్థం : যি ঠাইৰ পৰা ৰাষ্টা কোনো দিশলৈ গতি কৰিছে
ఉదాహరణ : আগৰ মেচটোৰ পৰা এই ৰাষ্টাটো সিধা সাগৰৰ পিনে গৈছে
పర్యాయపదాలు : মেৰ
అర్థం : দুটা দল বা ভালেমান প্রতিযোগীয়ে প্রতিযোগিতাত অংশগ্রহণ কৰা খেল বিশেষ
ఉదాహరణ : আমি ভাৰত আৰু শ্রীলংকা মেচ চাই আছোঁ
ఆప్ స్థాపించండి