అర్థం : হৰিণা জাতিৰ মাইকী
ఉదాహరణ :
চিৰিয়াখানাত হৰিণীবোৰে দেও দি আছে
పర్యాయపదాలు : কুৰঙ্গিনী, কুৰঙ্গী, মাইকী হৰিণ, মাইকী হৰিণা, হৰিণী
అర్థం : ৰোগী অকস্মাৎ বেহুচ হৈ ঠাইতে পৰি যোৱা এবিধ বেমাৰ
ఉదాహరణ :
মৃগী দুৰাৰোগ্য নহয়
పర్యాయపదాలు : মৃগী বেমাৰ, মৃৰগী, হিষ্টিৰীয়া, ্ আঁৱৰীয়া