సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পথাৰ আৰু হাবি-জংগলত থকা এবিধ চাৰিঠেঙীয়া তৃণভোজী প্রাণী
ఉదాహరణ : হৰিণৰ ছালত বহি ঋষি-মুনিসকলে তপস্যা কৰিছিল
పర్యాయపదాలు : কুৰংগ, কুৰঙ্গ, হৰিণ, হৰিণা, হৰিণা পহু
అర్థం : হৰিণাৰ মতা জাতি
ఉదాహరణ : এহাল হৰিণ আৰু হৰিণীয়ে বাগিচাত জঁপিয়াই ঘূৰি ফুৰিছে
పర్యాయపదాలు : ঋষা, কুৰঙ্গ, কুৰঙ্গক, সাৰঙ্গ, সুনয়ন, হৰিণ, হৰিণা, হৰিণা পহু
ఆప్ స్థాపించండి