సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
ఉదాహరణ : মূৰত আঘাত কৰিলে মানুহৰ প্রাণহানিও হʼব পাৰে
పర్యాయపదాలు : একাঙ্গ, প্রধানাঙ্গ, বক্ত্র, বৰাঙ্গ, মস্তক, মাথ, মাথা, মুণ্ডু, মুর্দ্ধা, মূণ্ড, মূণ্ডক, শিৰ
అర్థం : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
ఉదాహరణ : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
పర్యాయపదాలు : আগ, কাষ
అర్థం : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
ఉదాహరణ : এই কাঁহীখনৰ কাণটো বৰ পাতল
పర్యాయపదాలు : কাণ, কাষ, কিনাৰ, প্রান্তৰ
అర్థం : শৰীৰৰ যি অংশত মগজু থাকে
ఉదాహరణ : মোহনৰ মূৰত চুলি নাই
పర్యాయపదాలు : মাথা, শিৰ
అర్థం : মগজ সম্বন্ধীয়
ఉదాహరణ : মগজুৰ শল্য-চিকিৎসাৰ পৰিণতিত ৰোগীৰ মৃত্যু হʼল
పర్యాయపదాలు : মগজু, মস্তিষ্ক
ఆప్ స్థాపించండి