పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মূল্য అనే పదం యొక్క అర్థం.

মূল্য   বিশেষ্য

అర్థం : মানদণ্ডৰ আধাৰত কৰা কোনো বস্তু আদিৰ মহত্ত্ব

ఉదాహరణ : নৈতিক মূল্যৰ দিনে-দিনে অৱনতি ঘটিবলৈ লৈছে

అర్థం : কোনো বস্তু কিনিলে বা বেচিলে তাৰ সলনি দিবলগীয়া ধন:এই গাড়ীখনৰ দাম কিমান?

ఉదాహరణ :

పర్యాయపదాలు : দাম, দৰ, নিৰিখ, বেচ, ভাও, হাৰ

అర్థం : কোনো কথা বা সিদ্ধান্ত মানি লোৱা কার্য ্বা ভাব

ఉదాహరణ : পুৰণি মূল্যবোধক আজিৰ প্রজন্মই বিশ্বাস নকৰে

పర్యాయపదాలు : বিচাৰধাৰা, মূল্যবোধ

అర్థం : কোনো বস্তুৰ আপেক্ষিক শ্রেষ্ঠতা, উপযোগিতা বা আদৰ বঢ়োৱা বা কমোৱা বিষয়

ఉదాహరణ : জ্ঞানৰ মহত্ত্ব সকলোতে দেখিবলৈ পোৱা যায়

పర్యాయపదాలు : গৌৰৱ, গৰিমা, মহত্ত্ব, মাহাত্ম্য

అర్థం : কোনো বস্তুৰ সেই গুণ বা যোগ্যতা বা উপযোগিতা যাৰ আধাৰত তাৰ আর্থিক মূল্য নি্র্ধাৰণ কৰা হয়

ఉదాహరణ : হীৰাৰ মূল্য জহুৰীয়েহে জানে

పర్యాయపదాలు : দাম