పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মূল అనే పదం యొక్క అర్థం.

মূল   বিশেষ্য

అర్థం : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়

ఉదాహరణ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়

పర్యాయపదాలు : অর্থ, কাৰক, কাৰণ, নিমিত্ত, হেতু

అర్థం : পানী আৰু আহাৰ আহৰণ কৰিবৰ কাৰণে মাটিত খামুচি থকা উদ্ভিদৰ নিম্নাংশ

ఉదాహరణ : আয়ুর্বেদিক চিকিৎসাত বিভিন্ন প্রকাৰৰ শিপা ব্যৱহাৰ কৰা হয়

పర్యాయపదాలు : পম, শিপা, শিহা, শিহৰি, শিয়া

అర్థం : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

ఉదాహరణ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

పర్యాయపదాలు : অর্ক, আৰক, নি্র্যাস, ্সাৰ অংশ, ৰস

মূল   বিশেষণ

అర్థం : কোনো বস্তুৰ মূল বা তত্ত্বৰ সৈতে সম্বন্ধ ৰাখোতা

ఉదాహరణ : সত্য, অহিংসা আৰু প্রেম হৈছে সংস্কৃতিৰ আধাৰ

పర్యాయపదాలు : আধাৰ, বুনিয়াদ

అర్థం : যিটো আৱশ্যক হয়

ఉదాహరణ : আমাৰ শৰীৰটো পাঁচটা মুখ্য পদার্থৰে গঠিত

పర్యాయపదాలు : প্রধান, মুখ্য

అర్థం : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা

ఉదాహరణ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই

పర్యాయపదాలు : আঞ্চলিক, থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, স্থানীয়