అర్థం : গুৰুতৰ ভাবে আহত বা যি মৃত্যুৰ নিচেই ওচৰত আছে
ఉదాహరణ :
গাঁওবাসীয়ে চোৰটোক মাৰি-মাৰি আধামৰা কৰিলে
పర్యాయపదాలు : আধামৰা, আধাসাৰি, আসন্নমৃত্যু, ওষ্ঠাগতপ্রাণ, কণ্ঠাগতপ্রাণ, ক্ষীণশ্বাস, জীৱন্মৃত, মৃতকল্প, মৃতপ্রায়, মৰণ-কাতৰ, মৰণান্তিক, মৰণোন্মুখ, ্অর্ধমৃত, ্মৰণাপন্ন
అర్థం : যি মৰিবলৈ ধৰিছে বা যাৰ মৰাৰ উপক্রম হৈছে
ఉదాహరణ :
মুমূর্ষু ব্যক্তিজনে বাৰে-বাৰে নিজৰ লʼৰাটোক মাতি আছে
పర్యాయపదాలు : মৃত্যুতুল্য, মৰণশীল