సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মাৰিত ডাঙৰ গোলাকাৰ লাটুম লগোৱা থকা এবিধ প্রাচীন অস্ত্র
ఉదాహరణ : ভীম গদা চালনত নিপুণ আছিল
పర్యాయపదాలు : গদা, মুষল
అర్థం : ব্যায়াম কৰোতে ব্যৱহাৰ কৰা কাঠেৰে বনোৱা দীঘল, গোলাকাৰ আৰু এফালে মুঠি মাৰি ধৰিব পৰা আহিলা
ఉదాహరణ : পালোৱানজনে মুদ্গৰেৰে কচৰত কৰি আছে
ఆప్ స్థాపించండి