అర్థం : হিন্দুৰ ষোল্লটা সংস্কাৰৰ ভিতৰত এটা সংস্কাৰ যʼত শিশুৰ মূৰ খুৰোৱা হয়
ఉదాహరణ :
তেওঁ ্বাৰাণসীত নিজৰ সন্তানৰ মুণ্ডন কৰালে
అర్థం : খুৰৰ সহায়ত মূৰৰ চুলি চফা কৰা কার্য
ఉదాహరణ :
মোৰ ককাদেউতাই প্রতিটো পিতৃশ্রাদ্ধতে নিজৰ মুণ্ডন কৰে