అర్థం : সূতা, ৰেচম আদিৰ গুচ্চ
ఉదాహరణ :
শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
పర్యాయపదాలు : মুঠা
అర్థం : মুঠিত অহা পৰিমাণৰ বস্তু
ఉదాహరణ :
তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে
అర్థం : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ
ఉదాహరణ :
লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে