సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সূতা, ৰেচম আদিৰ গুচ্চ
ఉదాహరణ : শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব
పర్యాయపదాలు : মুঠি
అర్థం : কোনো বস্তু একেলগ কৰি মেৰিয়াই লোৱা বা একমুঠ কৰি লোৱা সংগ্রহ
ఉదాహరణ : তেওঁ ্বজাৰ পৰা চাৰি মুঠা জুইশলা আনিলে
పర్యాయపదాలు : আটি, কোছা, পোলা
అర్థం : একে ঠাইতে লাগি থকা বা বান্ধ খাই থকা সৰু বস্তুৰ সমূহ
ఉదాహరణ : নাজানো চাবিৰ কোছাটো কʼতনো হেৰাল ?
పర్యాయపదాలు : কোছা, গুচ্ছ
ఆప్ స్థాపించండి