పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মুখ అనే పదం యొక్క అర్థం.

মুখ   বিশেষ্য

అర్థం : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

ఉదాహరణ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

పర్యాయపదాలు : আনন, গঢ়, চেহেৰা, ঠগ, বদন, ৰূপ

అర్థం : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে

ఉదాహరణ : অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল

అర్థం : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ

ఉదాహరణ : এই দূর্গটোৰ মুখ উত্তৰফালে আছে

అర్థం : মুখলৈ এবাৰত নিয়া আহাৰৰ পৰিমাণ

ఉదాహరణ : মই এগৰাহো খাবলৈ নাপাওঁতেই সি আহি ওলালহি

పర్యాయపదాలు : গৰাহ, টেপা, মোকোৰা

అర్థం : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি

ఉదాహరణ : এই বটলটোৰ মুখখন বহুত পাতল

అర్థం : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

ఉదాహరణ : মই সাতটা পেটক ভৰাব লাগে

పర్యాయపదాలు : পেট

అర్థం : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে

ఉదాహరణ : ভয়তে তেওঁৰ মুখৰ মাত হৰিল

పర్యాయపదాలు : মুখগহ্বৰ

అర్థం : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়

ఉదాహరణ : এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে