అర్థం : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা
ఉదాహరణ :
ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে
పర్యాయపదాలు : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা
అర్థం : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য
ఉదాహరణ :
মাছবোৰ জালৰ পৰা এৰাই গʼল
పర్యాయపదాలు : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা