పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মীমাংসা అనే పదం యొక్క అర్థం.

মীমাংসা   বিশেষ্য

అర్థం : ভাবি-চিন্তি সঠিক নি্র্ণয় ্ কৰা বা ফলাফল উলিওৱা ক্রিয়া

ఉదాహరణ : মোৰ সমস্যাৰ সমাধান হৈ গʼল

పర్యాయపదాలు : নিষ্পত্তি, সমাধান, সমিধান, সিদ্ধান্ত

అర్థం : কোনো কথা বাস্তৱত কেনে ধৰণৰ হৈ আছে সেইয়া অনুমান বা তর্ক-বিত্্র্কৰে নিশ্চয় কৰা এক কার্য

ఉదాహరణ : তেওঁ ্কাব্য মীমাংসাত লাগি আছে

అర్థం : বিচাৰপূর্বক নি্র্ণয় ্ কৰা ক্রিয়া

ఉదాహరణ : আজিকালিৰ আলোচনা চক্রত তুলসী দাসৰ ৰচনাৰাজি ভালদৰে বিবেচনা কৰে

పర్యాయపదాలు : পর্যালোচনা, বিচাৰ, বিচাৰ-বিবেচনা, বিবেচনা, মূল্যায়ন