సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পাতল হোৱা অৱস্থা বা ভাব
ఉదాహరణ : চিফনৰ কাপোৰ মিহি হয়
పర్యాయపదాలు : পাতল
అర్థం : যʼত কলা নিপুণতা বা সূক্ষ্মতা ফুটি উঠে
ఉదాహరణ : ৰেচমী কুর্তাটোত মিহি চিলাই কৰা হৈছে
పర్యాయపదాలు : সূক্ষ্ম
అర్థం : যাৰ স্থূলতা বা ব্যাস কম
ఉదాహరణ : এই কাপোৰখন বৰ পাতল
అర్థం : উচ্চ আৰু তীব্র শ্্ব্দ
ఉదాహరణ : শীলাৰ মাতটো বহুত মিহি
పర్యాయపదాలు : মিহি মাত
అర్థం : যিটো খহটা নহয়
ఉదాహరణ : বাঢ়ৈজনে পাটচটা মিহি কৰি আছে
పర్యాయపదాలు : নিমজ
అర్థం : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ఉదాహరణ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
పర్యాయపదాలు : মধুৰ, মিঠা, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
ఆప్ స్థాపించండి