అర్థం : কিহবাৰ সৈতে মিলি থকা কার্য
ఉదాహరణ :
তেল পানীত কেতিয়াও নিমিহলে
పర్యాయపదాలు : এক হোৱা, মিশ্রিত হোৱা, মিহলা, মিহলি হোৱা, সংমিশ্রিত হোৱা
అర్థం : কোনো দ্রৱ পদার্থত ্কোনো বস্তু ঘূলি লৈ মিলোৱা কার্য
ఉదాహరణ :
আমি চৰবত বনাবলৈ পানীত চেনি ঘূলোঁ
పర్యాయపదాలు : ঘোলা, মিশ্রিত কৰা, মিহলোৱা, সংমিশ্রিত কৰা