సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : মিশ্রণ কৰা বা মিহলোৱা কার্য
ఉదాహరణ : খেতিয়কে খেতিপথাৰত দিবৰ বাবে সাৰৰ মিশ্রণ কৰি আছে
పర్యాయపదాలు : মিহলি
అర్థం : দুই বা ততোধিক বস্তু একেলগে মিহলি কৰা কার্য
ఉదాహరణ : কবিৰাজে ঔষধৰ মিশ্রণ কৰি আছে
పర్యాయపదాలు : সংমিশ্রণ
అర్థం : দুই বা ততোধিক বস্তু মিহলাই প্রস্তুত কৰা বস্তু
ఉదాహరణ : প্রসাদ এবিধ মিশ্রণ
పర్యాయపదాలు : সংকৰ, সংমিশ্রণ
ఆప్ స్థాపించండి