పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মিটাৰ అనే పదం యొక్క అర్థం.

মিটাৰ   বিশেষ্য

అర్థం : যি যন্ত্রৰ দ্বাৰা ঘৰলৈ অহা পানী জোখা হয়

ఉదాహరణ : টেংকীটোৰ মিটাৰটো বেয়া গৈ গʼল

అర్థం : দৈর্ঘ্য জোখাৰ এক মাপ

ఉదాహరణ : কুর্তা চিলাবৰ কাৰণে আঢ়ৈ মিটাৰ কাপোৰ লাগিব

అర్థం : ঘৰ বা কাৰখানা আদিত ব্যয় হোৱা বিজুলী জুখিব কাৰণে ব্যৱহাৰ কৰা যন্ত্রবিশেষ

ఉదాహరణ : মোৰ ঘৰত দুটা মিটাৰ লগোৱা আছে

అర్థం : যি যন্ত্রৰ সহায়ত গতিশীল বস্তুৰ গতি জোখা হয়

ఉదాహరణ : এই গাড়ীখনৰ মিটাৰটোৱে কাম কৰা নাই

పర్యాయపదాలు : গতিমাপক, স্পীডোমিটাৰ