సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো সত্য নহয়
ఉదాహరణ : মিছা কথা কোৱা পাপ
పర్యాయపదాలు : অনৃত, অপ্রকৃত, অসত্য, ফাঁকি, ফাকতি, ফাকি-ফুকা, মিথ্যা
అర్థం : যি সত্যৰ ওপৰত আধাৰিত নহয়
ఉదాహరణ : সাক্ষীৰ মিছা জবানবন্দীত নি্র্দোষীজনৰ ্ ফাঁচী হʼল
పర్యాయపదాలు : অপ্রকৃত, অসত্য, আসৈ, ঝুট, ঝুঠা, ফাকি, মিথ্যা
అర్థం : যাৰ কোনো উচিত বা সঠিক আধাৰ নাই
ఉదాహరణ : মানুহৰ নিজৰ বিষয়ে মিছা অহংকাৰ থাকে
పర్యాయపదాలు : মিথ্যা
అర్థం : যিটো বাস্তৱসন্মত নহয়
ఉదాహరణ : তেওঁ ্কাল্পনিক কথাবোৰ সকলোকে শুনাই থাকে
పర్యాయపదాలు : অবাস্তৱিক, অযথার্থ, কল্পিত, কাল্পনিক, খেয়ালি
ఆప్ స్థాపించండి