అర్థం : কোনো ধর্ম ্বা পন্থৰ প্রচাৰ কৰোতা সংস্থা
ఉదాహరణ :
স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছনৰ প্রতিস্থা কৰিছিল এজন যোগ্য গুৰুৰ দ্বাৰা এই মিছনৰ সঞ্চালন কৰা হয়
పర్యాయపదాలు : মিচন
అర్థం : কোনো বিশেষ কার্য কৰিবৰ কাৰণে কʼৰবালৈ পঠোৱা মানুহৰ দল
ఉదాహరణ :
মিছন নিজৰ উদ্দেশ্যত সফল হʼল
పర్యాయపదాలు : মিচন