పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মাৰাঠী అనే పదం యొక్క అర్థం.

মাৰাঠী   বিশেষ্য

అర్థం : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ ভাষা

ఉదాహరణ : ভালেমান বছৰ ধৰি মুম্বাইত থকাৰ কাৰণে তেওঁ ্মাৰাঠীটো কথা পাতিব পাৰে

పర్యాయపదాలు : মাৰাঠী ভাষা

అర్థం : ভাৰতবর্ষৰ ্মহাৰাষ্ট্র ৰাজ্যৰ নিবাসী

ఉదాహరణ : কেইবাজনো মাৰাঠী মোৰ ভাল বন্ধু

పర్యాయపదాలు : মহাৰাষ্ট্রী

মাৰাঠী   বিশেষণ

అర్థం : মহাৰাষ্ট্রত থকা বা বসতি কৰা

ఉదాహరణ : সন্ত টুকাৰামৰ মাৰাঠী জনসাধাৰণৰ ওপৰত বিশেষ ধৰণৰ প্রভাৱ আছে

పర్యాయపదాలు : মহাৰাষ্ট্রী

అర్థం : যাৰ মাতৃভাষা মাৰাঠী

ఉదాహరణ : তাত্যাপাৰাত মাৰাঠী লোকৰ সংখ্যাগৰিষ্ঠতা আছে

అర్థం : মাৰাঠী ভাষাৰ সৈতে সম্বন্ধ থকা

ఉదాహరణ : মাৰাঠী সাহিত্য বহু বিকশিত আৰু উন্নত

అర్థం : মহাৰাষ্ট্রৰ সৈতে সম্বন্ধ থকা বা মহাৰাষ্ট্রৰ

ఉదాహరణ : নেতাগৰাকীয়ে পৰম্পৰাগত মাৰাঠী বেশ-ভূষা পৰিধান কৰি মঞ্চত উঠিলে