సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এটা সময়ৰ পৰা আৰম্ভ কৰি ত্রিশ দিনৰ সময়
ఉదాహరణ : এমাহত এই কামটো হৈ যাব
పర్యాయపదాలు : দুইপক্ষ, মাহ
అర్థం : নির্দিষ্ট নাম থকা আৰু প্রায় ত্রিশ দিনীয়া বছৰৰ বাৰটা ভাগৰ ভাগবোৰ
ఉదాహరణ : তেওঁ ্ অহা মাহৰ বাৰ তাৰিখে আহিব
పర్యాయపదాలు : ত্রিশ দিন, মাহ
అర్థం : খাদ্য হিচাপে খোৱা পশু-পক্ষী, মাছ আদিৰ দেহাংশ
ఉదాహరణ : তেওঁ ্ দোকানৰ পৰা দুই কিলো মাংস কিনিলে
పర్యాయపదాలు : মঙহ, মাংস
అర్థం : শৰীৰৰ হাড় আৰু ছালৰ মাজৰ কোমল-লেউসেউ পদার্থ
ఉదాహరణ : মঙহাল শৰীৰত মাংস বেছি পৰিমাণে থাকে
ఆప్ స్థాపించండి