పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মালিক అనే పదం యొక్క అర్థం.

মালিক   বিশেষ্য

అర్థం : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি

ఉదాహరణ : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল

అర్థం : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে

ఉదాహరణ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল

పర్యాయపదాలు : অধিপতি, গৰাকী, স্বামী

అర్థం : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম

ఉదాహరణ : ঈশ্বৰ আৰু আল্লা একেই

పర్యాయపదాలు : আল্লা, আল্লাহ, খুদা

అర్థం : ঘৰৰ মূল মানুহ

ఉదాహరణ : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে

పర్యాయపదాలు : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী