అర్థం : মালাবাৰৰ অধিবাসী
ఉదాహరణ :
মন্দিৰত মালায়ালী আয়াপ্পা পূজা বৰ উলহ-মালহেৰে পালন কৰা হৈছে
పర్యాయపదాలు : মালায়ালি
అర్థం : মালাবাৰৰ সৈতে সম্বন্ধ থকা বা মালাবাৰৰ
ఉదాహరణ :
কথাকলি একপ্রকাৰৰ মালায়ালী লোক-নৃত্য
అర్థం : মালাবাৰত থকা বা বসতি কৰা
ఉదాహరణ :
শীলাই এজন মালায়ালী লʼৰাৰ সৈতে বিয়াত বহিল