అర్థం : যি লিপিত মালায়ালম ভাষা লিখা হয়
ఉదాహరణ :
এই স্তম্ভটোৰ ওপৰত মালায়ালমত কিবা লিখা আছে
పర్యాయపదాలు : মালায়ালম লিপি
అర్థం : তামিল ভাষাৰ সৈতে অতি ওচৰৰ সম্বন্ধ থকা এটা দ্রাবিড় পৰিয়ালৰ ভাষা যিটো দক্ষিণ ভাৰতত কোৱা হয়
ఉదాహరణ :
মই মালয়ালম কʼব পাৰোঁ
పర్యాయపదాలు : মালয়ালম