సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
ఉదాహరణ : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
పర్యాయపదాలు : উপায়, পথ, পন্থা, ্সাধন
అర్థం : গন্তব্য স্থানত পাবৰ কাৰণে মাজতে পৰা সেই ভূ-ভাগ যাৰ সহায়ত লক্ষ্য স্থান প্রাপ্তিৰ কাৰণে যাবলগীয়া হয়
ఉదాహరణ : এই পথটো চিধা মোৰ ঘৰলৈকে গৈছে
పర్యాయపదాలు : পথ, বাট, ৰাস্তা
అర్థం : গন্তব্য স্থান পাবলৈ বা কʼৰবালৈ আগবাঢ়িবলৈ যিফালে যোৱা যায়
ఉదాహరణ : উৰা জাহাজৰো নির্দিষ্ট পথ আছে
పర్యాయపదాలు : পথ, বাট, ্ ৰাস্তা
అర్థం : কোনো সাধন, প্রকাৰ আদি যাৰ অৱলম্বনত কোনো কামৰ ভালদৰে বা সম্পূর্ণ কৰিবৰ কাৰণে কৰা হয়
ఉదాహరణ : আহাৰ মুখ বিবৰেদি পেটলৈ যায়
పర్యాయపదాలు : পথ, বিবৰ, ্ৰাস্তা
ఆప్ స్థాపించండి