సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
ఉదాహరణ : এইটো এক লিটাৰৰ মাপক
పర్యాయపదాలు : মাপ, মাপক উপকৰণ
అర్థం : ভৰ, আয়তন আদি জোখা একক
ఉదాహరణ : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
పర్యాయపదాలు : মাপ
అర్థం : দৈর্ঘ ্জোখা মাপনি বিশেষ যাৰ এফালে চেণ্টিমিটাৰ তথা মিলিমিটাৰ আৰু অন্যফালে ইঞ্চি তথা ফুটৰ ক্রমিক চিহ্ন দিয়া থাকে
ఉదాహరణ : সৰু স্কেল ছয় ইঞ্চিৰ হয়
పర్యాయపదాలు : ইস্কেল, স্কেল
ఆప్ స్థాపించండి