సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু জোখ বা মাপলোৱা কাম
ఉదాహరణ : খেতিডৰাৰ ভাগ-বাটোৱাৰা কৰাৰ কাৰণে তাৰ জোখমাপ কৰা হʼল
పర్యాయపదాలు : জোখ-মাপ, জোখমাপ
అర్థం : যি উপকৰণৰ দ্বাৰা কিবা বস্তু জোখা হয়
ఉదాహరణ : এইটো এক লিটাৰৰ মাপক
పర్యాయపదాలు : মাপক, মাপক উপকৰণ
అర్థం : ভৰ, আয়তন আদি জোখা একক
ఉదాహరణ : ভৰ আৰু আয়তন জোখা মাপক বেলেগ-বেলেগ থাকে
పర్యాయపదాలు : মাপক
అర్థం : জোখ-মাপ কৰা কার্য
ఉదాహరణ : মণ্ডলজনে মাপ লোৱাৰ পিছত কার্যালয়লৈ গুচি গʼল
పర్యాయపదాలు : জোখমাপ, নাপ
అర్థం : কোনো বস্তুৰ দীঘ, প্রস্থ, উচ্চতা আদি যাক কোনো নির্দিষ্ট দৈর্ঘ্যৰ আধাৰত তুলনা কৰা হয়
ఉదాహరణ : সোহনৰ কঁ্কালৰ জোখ ত্রিশ ইঞ্চি
పర్యాయపదాలు : জোখ, জোখ-মাখ, পৰিমাপ
ఆప్ స్థాపించండి