సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে
ఉదాహరణ :
పర్యాయపదాలు : মানা, সহা, সহ্য কৰা
అర్థం : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
ఉదాహరణ : মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
పర్యాయపదాలు : মনা, স্বীকাৰ কৰা
ఆప్ స్థాపించండి