పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মানা అనే పదం యొక్క అర్థం.

মানা   বিশেষ্য

అర్థం : কোনো কামত বা কথাত মানা কৰা

ఉదాహరణ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

పర్యాయపదాలు : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, হাক, হাক-বচন

అర్థం : স্বীকাৰ নকৰাৰ ভাব বা কার্য

ఉదాహరణ : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে

పర్యాయపదాలు : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, নামঞ্জুৰ, প্রত্যাখান

মানা   ক্ৰিয়া

అర్థం : ভাল নোপোৱা কোনো বস্তু, ব্যক্তি বা পৰিস্থিতিক নিবিচৰা স্বত্বেও স্বীকাৰ কৰি লোৱা:বিয়াৰ পিছত শীলাই বহুত দিনলৈকে শহুৰেকৰ ঘৰৰ অত্যাচাৰ সহ্য কৰি থাকিল নিজৰ ভনীয়েকৰ কাৰণেই তেওঁ সকলো অপমান মানি লʼলে

ఉదాహరణ :

పర్యాయపదాలు : মানি লোৱা, সহা, সহ্য কৰা

అర్థం : * পৰীক্ষণ বা প্রমাণৰ কাৰণে স্বীকাৰ কৰা

ఉదాహరణ : ন্যায়ালয়ে আপোনাৰ মিছা যুক্তি মানি নলয়

పర్యాయపదాలు : স্বীকাৰ কৰা, স্বীকৃতি দিয়া

মানা   বিশেষণ

అర్థం : যাক নিষেধ কৰা হৈছে

ఉదాహరణ : এই বিলত ্সাঁতোৰাত বাধা আছে

పర్యాయపదాలు : নিষিদ্ধ, নিষেধিত, বর্জিত, বাধা