సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পৃথিৱীৰ একেবাৰে ওপৰৰ ভাগ
ఉదాహరణ : সম্পূর্ণ ধৰ্াতল জল আৰু স্থল এই দুই ভাগত বিভক্ত
పర్యాయపదాలు : ধৰাতল, ভূ-তল, ভূ-পৃষ্ঠ, ভূ-ভাগ, স্থলভাগ
అర్థం : পৃথিৱীৰ উপৰিভাগত আৰু অন্য ভাগ তথা সকলো ঠাইতে পোৱা যোৱা পদার্থ
ఉదాహరణ : ইয়াৰ মাটি বৰ ভাল
పర్యాయపదాలు : ভূমি, মৃত্তিকা, মৃৎ
అర్థం : পানী নথকা ভূমি ভাগ
ఉదాహరణ : পৃথিৱীৰ তিনিভাগৰ এক অংশ স্থল ভাগেৰে আৱৰা
పర్యాయపదాలు : থল, ভূ-খণ্ড, ভূ-পৃষ্ঠ, স্থল, স্থলভূমি
ఆప్ స్థాపించండి