పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মহাৰাজ అనే పదం యొక్క అర్థం.

মহাৰাজ   বিশেষ্য

అర్థం : ব্রাহ্মণ, গুৰু আদিৰ কাৰণে আদৰসূচক সম্বোধন

ఉదాహరణ : এই মহাৰাজে নিজৰ ভোজন স্বয়ং বনায়

అర్థం : যি ৰজাৰ ৰাজ্য দূৰ দূৰলৈ প্রসাৰিত হৈ থাকে

ఉదాహరణ : দশৰথ এজন চক্রৱর্তী ৰজা আছিল

పర్యాయపదాలు : চক্রৱর্তী ৰজা

అర్థం : ডাঙৰ হিন্দু ৰজা

ఉదాహరణ : এজন মহাৰজাৰ অধীনত ভালেমান ৰজা থাকিব পাৰে

పర్యాయపదాలు : অধীশ্বৰ, মহাৰজা, ৰাজেশ্বৰ

అర్థం : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল

ఉదాహరణ :

పర్యాయపదాలు : অধিপতি, অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰজা, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী