పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মহাৰজা అనే పదం యొక్క అర్థం.

মহাৰজা   বিশেষ্য

అర్థం : ডাঙৰ হিন্দু ৰজা

ఉదాహరణ : এজন মহাৰজাৰ অধীনত ভালেমান ৰজা থাকিব পাৰে

పర్యాయపదాలు : অধীশ্বৰ, মহাৰাজ, ৰাজেশ্বৰ

అర్థం : কোনো দেশ বা জাতিৰ প্রধান শাসক বা পতি:ত্রেতা যুগত শ্রীৰাম অযোধ্যাৰ ৰজা আছিল

ఉదాహరణ :

పర్యాయపదాలు : অধিপতি, অধিৰাজ, অধীশ্বৰ, ক্ষিতিনাথ, ক্ষিতিপতি, ক্ষিতিপাল, ক্ষিতীশ, চক্রৱর্ত্তী, জাহাপনা, নৃপ, নৃপতি, নৰদেৱ, নৰপতি, নৰাধিপ, নৰেন্দ্র, নৰেশ, প্রজানাথ, প্রজাপালক, বাদশ্বাহ, ভূপ, ভূপতি, মহাৰাজ, স্বর্গদেউ, ৰজা, ৰাজচক্রৱর্ত্তী

అర్థం : * কোনো বিশেষ খেলৰ ক্ষেত্রত শী্র্ষত ্ বা সকলোতকৈ ওপৰত থকা খেলুৱৈ

ఉదాహరణ : ফেডাৰাৰ টেনিচৰ সম্রাট চানিয়াও কেতিয়াবা টেনিচৰ ৰাণী হৈ যাব পাৰে

పర్యాయపదాలు : ওজা, বাদশ্বাহ, মহাৰাণী, সম্রাজ্ঞী, সম্রাট, ৰজা, ৰাণী