పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মল అనే పదం యొక్క అర్థం.

মল   বিশেষ্য

అర్థం : আম গছৰ ফুল

ఉదాహరణ : বসন্ত ঋতুৰ আগমনৰ লগে লগে আম গছত মল লাগিবলৈ ধৰে

అర్థం : যি অংশইদি শৰীৰৰ ভিতৰৰ মলভাগ বাহিৰ হয়

ఉదాహరణ : গুহ্যদ্বাৰৰ ভালদৰে পৰিষ্কাৰ কৰি ভালেমান ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি

పర్యాయపదాలు : গুহ্য দ্বাৰ, গুহ্যদ্বাৰ, পায়ু, পোকৰ, মলদ্বাৰ

అర్థం : জীৱই গুহ্যদ্বাৰেৰে ত্যাগ কৰা বর্জিত পদার্থ

ఉదాహరణ : গাহৰিয়ে গুও খায়

పర్యాయపదాలు : অষ্ঠীলা, গু, পায়খানা, পুৰীষ, বিষ্ঠা, শৌচ

అర్థం : শৰীৰৰ পৰা ওলোৱা অশুদ্ধি বা বিকাৰ

ఉదాహరణ : মনুস্মৃতি অনুসৰি শৰীৰত বাৰ প্রকাৰৰ মল থাকে, সেইবোৰ হʼল মেদ, শুক্র, ৰক্ত, মজ্জা, মূত্র, বিষ্ঠা, কাণৰ মল, নখ, কফ, চকুপানী, ঘাম আৰু শৰীৰত জমা হোৱা মল

అర్థం : কোনো বস্তুৰ পৰা ওলোৱা বা তাৰ ওপৰত জমা হোৱা তৰপ বা ধূলি

ఉదాహరణ : কাপোৰৰ পৰা ময়লা গুচাবলৈ হʼলে চাবোনেৰে ধুব লাগে

పర్యాయపదాలు : ময়লা, লেতেৰা

అర్థం : যিপাহ ফুলে পাহি মেলা নাই:কলিবিলাক ছিঙা কাৰণে মালীয়ে লʼৰা-ছোৱালীবোৰক গালি পাৰিছে

ఉదాహరణ :

పర్యాయపదాలు : কলি, কুসুমকলি, কোৰক, নুফুলা ফুল, ফুলকলি, ফুলৰ কলি, মুকুল