పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মমতা అనే పదం యొక్క అర్థం.

মমতা   বিশেষ্য

అర్థం : যি মনোবেগে বেলেগৰ দুখ দেখি তাক দূৰ কৰিবৰ কাৰণে প্রেৰণা দিয়ে

ఉదాహరణ : হে ভগৱান তুমি সকলো জীৱকে দয়া কৰা

పర్యాయపదాలు : অনুকম্পা, অনুগ্রহ, কৃপা, কৰুণা, দাক্ষিণ্য, দয়া, দৰদ, পুতৌ, প্রসাদ, বেথা, মেহেৰবানি

అర్థం : ঈশ্বৰক ধ্যান কৰিবলৈ এৰি সংসাৰৰ বস্তুক সর্বস্ব বুলি ধৰি লোৱা কার্য ্বা ভাব

ఉదాహరణ : সাধুসকল মোহত নপৰে

పర్యాయపదాలు : মোহ

అర్థం : সৰুজনৰ প্রতি হৃদয়ত উথলি উঠা ভালপোৱা

ఉదాహరణ : জৱাহৰলাল নেহৰুৱে সৰু লʼৰা-ছোৱালীক বহুত মৰম কৰিছিল

పర్యాయపదాలు : চেনেহ, মৰম, মৰম-চেনেহ, স্নেহ

అర్థం : মাকৰ নিজৰ সন্তানৰ প্রতি ওপজা মৰম

ఉదాహరణ : শিশু মাকৰ মমতাৰ ছাঁয়াত ডাঙৰ-দীঘল হয়