పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মন্দিৰ అనే పదం యొక్క అర్థం.

মন্দিৰ   বিশেষ্য

అర్థం : * যিটো ভৱন কোনো বিশেষ বা মহান উদ্দেশ্যৰ বাবে সমর্পিত কৰা হয়

ఉదాహరణ : এই মন্দিৰত অনাথ শিশুবোৰৰ পালন-পোষণ কৰা হয় মোৰ সন্তানে এতিয়া বাল্য মন্দিৰত পঢ়িবৰ বাবে যাবলৈ ধৰিছে

పర్యాయపదాలు : আলয়, আশ্রম

అర్థం : যি মন্দিৰত কোনো দেৱতাৰ মূর্তি বা মূর্তি স্থাপন কৰি পূজা কৰা হয়

ఉదాహరణ : তেওঁ ্সদায় গা-পা ধুই দেৱালয়লৈ যায়

పర్యాయపదాలు : দʼল, দেৱ-গৃহ, দেৱ-দৌল, দেৱ-মন্দিৰ, দেৱগৃহ, দেৱদৌল, দেৱমন্দিৰ, দেৱালয়, দেৱায়তন, দৌল

అర్థం : দেৱ-দেৱী আদিৰ মূর্তি স্থাপন কৰি পূজা-উপাসনা কৰা গৃহ

ఉదాహరణ : তেওঁ নিতৌ স্নান কৰি মন্দিৰলৈ যায়

పర్యాయపదాలు : দʼল, দেৱগৃহ, দেৱালয়, দৌল, ধর্মমন্দিৰ