పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মন্ত্র అనే పదం యొక్క అర్థం.

মন্ত্র   বিশেষ্য

అర్థం : বেদৰ যি বাক্যৰ দ্বাৰা যজ্ঞ আদি কৰাৰ বিধান আছে

ఉదాహరణ : প্রাচীন কালত বেদমন্ত্রৰ পাঠ কৰা হৈছিল

పర్యాయపదాలు : বেদমন্ত্র, বৈদিক ছন্দ

అర్థం : কোনো কাম সোনকালে হৈ যোৱা উপায় বা কোনো কাম কৰাৰ বিশেষ ধৰণ বা পদ্ধতি

ఉదాహరణ : এই কামটো সোনকালে হোৱাৰ কিবা বিশেষ উপায় এটা কওক

పర్యాయపదాలు : গূঢ়তত্ত্ব, বিশেষ উপায়, মূলমন্ত্র

అర్థం : যি শ্্ব্দ বা বাক্যৰ জপ ইষ্ট সিদ্ধি বা কোনো দেৱতাক প্রসন্ন কৰিবৰ বাবে জপ কৰা হয়

ఉదాహరణ : পুৰোহিতে মহামৃত্যুঞ্জয় মন্ত্রৰ জপ কৰি আছে

పర్యాయపదాలు : স্তুতি মন্ত্র