సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ৰুচিৰ অনুকূল বা ভাল লগা
ఉదాహరణ : এইয়া মোৰ পচন্দৰ খাদ্য
పర్యాయపదాలు : পচন্দৰ, প্রিয়, ভাল লগা-, মনঃপুত, মনপচন্দ, ৰুচিকৰ
అర్థం : মনলৈ অহা বা মনত হোৱা
ఉదాహరణ : কবি মহোদয়ে নিজৰ মনোমত ভাববোৰ কবিতাৰ মাধ্যমৰে শ্রোতাৰ সন্মুখত উপস্থাপন কৰিলে
పర్యాయపదాలు : মনোগত, স্বগত
ఆప్ స్థాపించండి