అర్థం : মনো বিজ্ঞানৰ জ্ঞাতা
ఉదాహరణ :
তেওঁ এজন সুপ্রসিদ্ধ মনোবৈজ্ঞানিক
అర్థం : মনোবিজ্ঞানৰ জ্ঞান থকা লোক
ఉదాహరణ :
এই সন্মিলনখনত দেশ-বিদেশৰ মনোবৈজ্ঞানিকসকলে ভাগ লʼব
పర్యాయపదాలు : মনোবিজ্ঞানী
అర్థం : মনোবিজ্ঞান বিষয়ত যাৰ ভাৰ দখল আছে
ఉదాహరణ :
ইয়াত ভাল মনোবৈজ্ঞানিকৰ অভাৱ আছে
పర్యాయపదాలు : মনোবিজ্ঞানী