అర్థం : মানি লোৱা
ఉదాహరణ :
ঠেহ পতা ৰাণীয়ে মানিলে
అర్థం : কাৰোবাৰ প্রতি আদৰৰ ভাব ৰখা
ఉదాహరణ :
মই তেখেতক বহুত মানো
అర్థం : সহমত হোৱা
ఉదాహరణ :
মই আপোনাৰ কথা স্বীকাৰ কৰোঁ
పర్యాయపదాలు : মানি চলা, স্বীকাৰ কৰা, ৰাজি হোৱা
అర్థం : কোনো বস্তু, ব্যক্তি আদিক নিজৰ বুলি মানি লোৱা
ఉదాహరణ :
মই হিন্দু ধর্মক স্বীকাৰ কৰোঁ
పర్యాయపదాలు : মানি লোৱা, স্বীকাৰ কৰা
అర్థం : ধর্মীয় দৃষ্টিৰে কোনো কথাৰ ওপৰত শ্রদ্ধা বা দৃষ্টি ৰখা
ఉదాహరణ :
মই নিৰাকাৰ ঈশ্বৰক মানো
అర్థం : মহত্ত্ব বুজি পোৱা
ఉదాహరణ :
এতিয়া মানিবই লাগিব যে তুমি গার্হস্থ্য-বিজ্ঞানৰ অভিজ্ঞ লোক