సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চেনি আৰু মৌৰ দৰে সোৱাদৰ
ఉదాహరణ : এই ফলটো বৰ মিঠা
పర్యాయపదాలు : মিঠা, মিষ্ট, শার্কৰ, সুমিষ্ট, ্মৌ-সনা
అర్థం : কথা কোৱা, গান গোৱা আদিত যাৰ মধুৰ স্বৰ আছে
ఉదాహరణ : গীতাই সুৰীয়া মাতে মাতেৰে সৰস্বতী বন্দনা কৰিছে
పర్యాయపదాలు : মিঠা, মিহি, মৌ-বৰষা, শুৱলা, শ্রুতিমধুৰ, সুকণ্ঠী, সুললিত, সুৰধর্মী, সুৰীয়া, সুৱদি
అర్థం : মন ভাল লগাব পৰা
ఉదాహరణ : বিদেশীসকলে কিছুমান মিঠা স্মৃতি আমাৰ মাজত এৰি গৈছে
పర్యాయపదాలు : মিঠা
ఆప్ స్థాపించండి