పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মতা అనే పదం యొక్క అర్థం.

মতা   বিশেষ্য

అర్థం : মানৱ জাতিৰ মতা

ఉదాహరణ : পুৰুষ আৰু মহিলাৰ শাৰীৰিক গঠন বেলেগ বেলেগ

పర్యాయపదాలు : পুৰুষ, মতা মানুহ, মুনিহ, মৰদ

అర్థం : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

ఉదాహరణ :

పర్యాయపదాలు : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, স্বামী

মতা   ক্ৰিয়া

అర్థం : কাৰোবাক নিজৰ ঠাইলৈ বা ওচৰলৈ আহিবলৈ নিমন্ত্রণ জনোৱা

ఉదాహరణ : আইতাই ককাক ইংগিতেৰে মাতি আছে

అర్థం : নামেৰে জনা

ఉదాహరణ : মানুহে গান্ধীজীক বাপু বুলিও কয়

పర్యాయపదాలు : কোৱা

అర్థం : আমন্ত্রণ জনোৱা

ఉదాహరణ : তেওঁ নিজৰ বিয়ালৈ আমাৰ সকলোকে নিমন্ত্রিত কৰিছে

పర్యాయపదాలు : আমন্ত্রিত কৰা, নিমন্ত্রণ দিয়া, নিমন্ত্রিত কৰা

అర్థం : শ্্ব্দ কৰি মতা কার্য

ఉదాహరణ : মায়ে তোমাক মাতি আছে

పర్యాయపదాలు : ডাক দিয়া, ডাকা, মাত দিয়া

అర్థం : কোনো জন্তুৰ মুখৰ পৰা ধ্বনি ওলোৱা

ఉదాహరణ : ৰাতিপুৱা চৰায়ে মাতে

అర్థం : কোনো পৰিচিতৰ লগত কথা কোৱা

ఉదాహరణ : আজিকালি শীলাই মোক নামাতে