అర్థం : দর্প ্ বা দম্ভৰে ভৰা হোৱা অৱস্থা
ఉదాహరణ :
আপোনাৰ দাম্ভিকতাৰ কাৰণেই শ্রমিকসকলে কাম এৰি গুচি গʼল
పర్యాయపదాలు : আত্মম্ভৰিতা, দম্ভালি, দাম্ভিকতা, বৰমতালি, ্দর্পপূর্ণত্া
అర్థం : নিজকে আনতকৈ বহুত বেছি যোগ্য, সমর্থ ্ বা জনা বুলি দেখুওৱা ভাব:অহংকাৰে মানুহৰ পতন আনে
ఉదాహరణ :
పర్యాయపదాలు : অতিমান, অতি্দর্প, অস্মিতা, অহংকাৰ, অহংভাব, অহমিকা, আত্মম্ভ, আত্মম্ভৰিতা, আস্পর্দ্ধা, ওফাইদাং, ওৱাইদং, ঔদ্ধত্য, কেৰামত, কেৰামতালি, গণ্ডপ, গপ, গপ-ভেম, গপাগপি, গর্ব্ব, গর্ব্বভ্াব, গহ, গোমঠালি, গোলাপ, টকচালি, টিংখোপ, ডাঙ্কোপ, তমতমি, তায়া, দম্ভ, দর্প, দাম্ভিকতা, ধৃষ্টতা, পায়তাৰা, ফাতিহা, ফিতাহি, ফুটনি, ফোপ-যহ, ফৰমাহি, বেয়াদপি, বৰকথা, বৰমতা, বৰমতালি, বৰাই, ভেম, ভৰক, ভৰকনি, মইমতালি, মতগর্ব, মহত, মহতালি, হুমঠালি, ্ দম্ভালি, ্ ফর্মাহি