పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి মণ্ডল అనే పదం యొక్క అర్థం.

মণ্ডল   বিশেষ্য

అర్థం : সূর্য ্বা চন্দ্রৰ চাৰিওফালে দেখা পোৱা ঘেৰা

ఉదాహరణ : সূর্য মণ্ডলত ্ভালেমান গ্রহে পৰিভ্রমণ কৰে

అర్థం : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

ఉదాహరణ : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

పర్యాయపదాలు : পৰিধি

అర్థం : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ఉదాహరణ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

పర్యాయపదాలు : দল, মণ্ডলী, সংগঠন

అర్థం : ভূগোলত গৰম-ঠাণ্ডাৰ বিচাৰ কৰি পৃথিৱীক ্পাঁচ ভাগত বিভক্ত কৰা ভাগৰ এটা ভাগ

ఉదాహరణ : উত্তৰ মেৰু শীতোষ্ণ অঞ্চলত পৰে